
পুনৰ অৰবিন্দ কেজৰিৱাললৈ EDৰ চমন
চতুৰ্থবাৰলৈ EDৰ চমনৰ সন্মুখীন দিল্লীৰ মুখ্যমন্ত্ৰী
আৱকাৰী কেলেংকাৰিৰ তদন্তৰ সোধা-পোছাৰ বাবে তলৱ
পূৰ্বৰ তিনিবাৰৰ চমন অগ্ৰাহ্য কৰিছে কেজৰিৱালে
চতুৰ্থবাৰ চমনৰ পিছত কেজৰিৱালৰ প্ৰতিক্ৰিয়া
‘বিজেপিয়ে অপব্যৱহাৰ কৰিছে কেন্দ্ৰীয় সংস্থাক’
কেজৰিৱালৰ বিৰুদ্ধে ৬টাকৈ অভিযোগ আনিছে EDএ
Category
- Log in to post comments