২০২৩-২৪ বৰ্ষৰ জাফাৰ বঁটা ঘোষণা! ফটো সাংবাদিকতাৰ শিতানত UB PHOTOSৰ আব্দুল চাজিদলৈ বঁটা...........

sajid

২০২৩-২৪ বৰ্ষৰ জাফাৰ বিভিন্ন শিতানৰ বঁটা ঘোষণা
সাংবাদিকতাৰ শিতানত বঁটা লাভ কৰা সকল ক্ৰমে
পৰম প্ৰকাশ গগৈ (অসমীয়া প্ৰতিদিন), দিগন্ত ডেকা (দৈনিক জনমভূমি)
সঞ্জীৱ কলিতা (দৈনিক পূৰ্বোদয়), ৰাণা ডেকা (NK TV)
মমতা মিশ্ৰ (দ্য আসাম ট্ৰিবিউন)
ফটো সাংবাদিকতাৰ শিতানত UB PHOTOSৰ আব্দুল চাজিদলৈ বঁটা
নিউজ ১৮ৰ কুমাৰ নৃপেন্দ্ৰ ৰাজবংশীলৈ ভিডিঅ’ সাংবাদিকতাৰ বঁটা
অন্যান্য শিতানতো একাধিক সংবাদ কৰ্মীয়ে লাভ কৰিছে বঁটা
বিভিন্ন প্ৰান্তৰ ২১ গৰাকী গ্ৰাম্য সাংবাদিকলৈও বঁটা
দিছপুৰস্থিত লোকনিৰ্মাণ বিভাগৰ প্ৰেক্ষাগৃহত বঁটা প্ৰদান অনুষ্ঠান
৬ জানুৱাৰীত প্ৰদান কৰা হ’ব বিভিন্ন শিতানৰ বঁটাসমূহ
সংবাদ মেলযোগে জানিবলৈ দিয়ে জাফাৰ কেন্দ্ৰীয় সমিতিয়ে
 

Category
Profile picture for user UB Photos