প্ৰসংগঃ APSC কেলেংকাৰী! SITএ জেৰা চলাইছে দুই ৰাজপত্ৰিত বিষয়া বিকাশ শৰ্মা, নীলাঞ্জল গগৈক.......

APSC

প্ৰসংগঃ APSC কেলেংকাৰী
SITএ জেৰা চলাইছে দুই ৰাজপত্ৰিত বিষয়াক
জেৰাৰ সন্মুখীন APS নীলাঞ্জল গগৈ
সহকাৰী সমবায় পঞ্জীয়ক বিকাশ শৰ্মা
নীলাঞ্জল গগৈয়ে ইংৰাজীত লাভ কৰিছিল ১২৫ নম্বৰ
ৰাকেশ পালৰ আৰ্শীবাদত সেই নম্বৰ বৃদ্ধি পাইছিল ১৭৫লৈ
বুৰঞ্জীত লাভ কৰিছিল ১০৬ নম্বৰ
১০৬ নম্বৰৰ পৰা বৃদ্ধি হৈছিল ১৬৬লৈ
আনহাতে বিকাশ শৰ্মাই ইংৰাজীত লাভ কৰিছিল ৫৫ নম্বৰ
ৰাকেশ পালৰ আৰ্শীবাদত এই নম্বৰ হৈছিল ২০২
ৰাজনীতি বিজ্ঞানৰ প্ৰথম পেপাৰত লাভ কৰিছিল ৬১ নম্বৰ
৬১ নম্বৰৰ বিপৰীতে টেবুলেশ্বন শ্বীটত ১১১ নম্বৰ বৃদ্ধি
ৰাজনীতি বিজ্ঞানৰ দ্বিতীয় পেপাৰত লাভ কৰিছিল ১১৯ নম্বৰ
নম্বৰ বৃদ্ধি কৰাই সেই নম্বৰ হৈছিল ১৩৯
অসমীয়া দ্বিতীয় পেপাৰত লাভ কৰিছিল ১০৯ নম্বৰ
১০৯ৰ পৰিৱৰ্তে বিকাশ শৰ্মাৰ নম্বৰ হৈছিল ১২৯ 

Category