EDৰ দ্বিতীয়খন চমনো উলংঘা কেজৰিৱালৰ! আজি আদালতত হাজিৰ হোৱাৰ বাবে EDএ দিছিল চমন...........

arbin

EDৰ কাৰ্যালয়ত হাজিৰ নহ’ল অৰবিন্দ কেজৰিৱাল

EDৰ দ্বিতীয়খন চমনো উলংঘা কেজৰিৱালৰ

আজি হাজিৰ হোৱাৰ বাবে EDএ দিছিল চমন

দিল্লীৰ সুৰা কেলেংকাৰি সন্দৰ্ভত চমন

১০ দিনৰ বাবে দিল্লী ত্যাগ কেজৰিৱালৰ

৩০ ডিচেম্বৰতহে দিল্লীলৈ উভতিব অৰবিন্দ কেজৰিৱাল

বিপাশনা শিবিৰত অংশগ্ৰহণৰ বাবে দিল্লীৰ পৰা পঞ্জাৱলৈ

পঞ্জাৱৰ এখন ভিতৰুৱা গাঁৱত অংশ ল’ব শিবিৰত

১০ দিন ধৰি ৰাজনৈতিক কাম-কাজৰ পৰা আঁতৰি থাকিব কেজৰিৱাল

Category