
তেজপুৰত ভূতৰ আতংক
তেজপুৰ বাম পৰ্বতীয়া বামুন চুবুৰীত অমৰ জ্যোতি শইকীয়াৰ ঘৰত ভূতৰ আতংক লৈ তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে
নিজে নিজে জ্বলি উঠিছে ঘৰৰ ভিন্ন সামগ্ৰী
এটাৰ পিছত আন এটা বস্তুত জুই লগাত আতংকিত হৈ পৰে পৰিয়ালটো
বিজ্ঞান প্ৰযুক্তিৰ যুগত এতিয়া কি বুলি বিশ্বাস কৰিব এই ঘটনা
কিছুলোকে ডাইনীয়ে কৰা বুলি বিশ্বাস কৰে যদিও প্ৰশ্ন হয় এয়া বিজ্ঞান নে অন্ধবিশ্বাস?
এনে আজৱ কাণ্ডই গাঁৱৰ ৰাইজক হচতকিত কৰি তুলিছে
Category
- Log in to post comments