কোভিদৰ নৱ উত্থানকলৈ ৰাষ্ট্ৰজুৰি সতৰ্কতা কেন্দ্ৰৰ, কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ সতৰ্কতা বাণী...........

COVID

কোভিদৰ নৱ উত্থানকলৈ ৰাষ্ট্ৰজুৰি সতৰ্কতা কেন্দ্ৰৰ
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ সতৰ্কতা বাণী
ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীসকলেৰে বৈঠক কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীৰ
কেৰালাত বিষম ৰূপত বৃদ্ধি নৱ্য কোভিদৰ
মঙলবাৰে পুৱা পৰ্যন্ত আক্ৰান্ত ১,৮২৮ জন
এসপ্তাহৰ ভিতৰত তিনিগুণ বৃদ্ধি কোভিদ আক্ৰান্তৰ
চীনত প্ৰাদুৰ্ভাৱ ঘটা নিউমোনিয়াকলৈও আতংক ভাৰতৰ
JN10 নামৰ কোভিদৰ এই নতুন ভেৰিয়েণ্টকলৈ উদ্বিগ্নতা

Category