গ্ৰেপ্তাৰৰ পূৰ্বে সুকন্যা দাসলৈ প্ৰশ্ন SITৰ
প্ৰশ্ন : কেনেকৈ সংলগ্ন হৈছিল অতিৰিক্ত দুখন বহী?
সুকন্যাৰ উত্তৰ : মই পৰীক্ষাত বহিছো, লিখিছো। মই কেনেকৈ জানিম কেনেকৈ মোৰ পৰীক্ষা বহীত সংলগ্ন হৈছিল দুখন অতিৰিক্ত বহী।
জেৰাত নৱনীতা শৰ্মালৈ প্ৰশ্ন SITৰ
প্ৰশ্ন : কেনেকৈ ৫০ নম্বৰ বাঢ়িছিল আপোনাৰ উত্তৰবহীত? কেনেকৈ আপোনাৰ বহীত ৰাকেশ পালৰ হাতৰ আখৰ পোৱা গৈছে।
উত্তৰ : কেনেকৈ নম্বৰ বৃদ্ধি হৈছে মই কেনেকৈ জানিম? মই উত্তৰ বহী লিখি আহিছো। তাত ৰাকেশ পালৰ হাতৰ আখৰ কেনেকৈ আহিল ৰাকেশ পালক মাতি সোধক?
নিলম্বিত কল্যাণ কুমাৰ দাসক জেৰাত প্ৰশ্ন SITৰ
প্ৰশ্ন : কিদৰে উত্তৰবহীত নম্বৰ বৃদ্ধি কৰা হৈছিল?
উত্তৰ : নম্বৰ বৃদ্ধি হোৱাটো মই জ্ঞাত নহয়।
- Log in to post comments