জীৱন-মৃত্যুৰ যুঁজত জয় জীৱনৰ! উত্তৰ কাশীৰ পৰা আহিছে ভাল খবৰ.............

Uttarakhand Tunnel Updates

জীৱন-মৃত্যুৰ যুঁজত জয় জীৱনৰ!
উত্তৰ কাশীৰ পৰা আহিছে ভাল খবৰ
সম্পূৰ্ণ সফল হোৱাৰ দিশে NDRFৰ সুৰংগ অভিযান
শীঘ্ৰে উদ্ধাৰ হ’ব আবদ্ধ ৪১গৰাকী শ্ৰমিক
নিশা ১০ বজাৰ পূৰ্বে অভিযান সমাপ্ত হোৱাৰ সম্ভাৱনা
উদ্ধাৰৰ বাবে সুৰংগত সংস্থাপন পাইপ
পাইপেৰে আবদ্ধ স্থানলৈ যাব NDRF
ষ্ট্ৰেচাৰেৰে উদ্ধাৰ কৰা হ’ব আবদ্ধ শ্ৰমিকক
সাজু কৰা হৈছে অস্থায়ী চিকিৎসালয়
অস্থায়ী চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদানৰ পৰিকল্পনা
পৰৱৰ্তী পৰ্যায়ত নিয়া হ’ব চিকিৎসালয়লৈ
ঘটনাস্থলীৰ সমীপত সাজু ৪০খন এম্বুলেন্স
জৰুৰী সেৱাৰ বাবে সাজু হেলিকপ্টাৰো
চিকিৎসালয়ত সাজু কৰা হৈছে বিশেষ ৱাৰ্ড
অভিযানৰ তদাৰক কেন্দ্ৰীয় মন্ত্ৰী ভি কে সিঙৰ
 

Category
Profile picture for user UB Photos