ভাৰতীয় মহিলা ক্ৰিকেট দলত অসমৰ দুই খেলুৱৈ, ইংলেণ্ড ‘এ’ দলৰ বিৰুদ্ধে খেলিব উমা চেত্ৰী আৰু জিণ্টিমণি কলিতাই

Uma Chetry and Jintimani Kalita on Indian Women's Cricket Team...

ভাৰতীয় মহিলা ক্ৰিকেট দলত অসমৰ দুই খেলুৱৈ

উমা চেত্ৰী, জিণ্টিমণি কলিতাৰ স্থান লাভ

ইংলেণ্ড দলৰ বিৰুদ্ধে ভাৰতীয় T20 দল ঘোষণা

মুম্বাইত অনুষ্ঠিত হব তিনিখন T20 মেচ

মঙলদৈৰ জিণ্টিমণি প্ৰথমবাৰলৈ ভাৰতীয় দলত

চতুৰ্থবাৰলৈ ভাৰতীয় দলত স্থান উমা চেত্ৰীৰ 

Category
Profile picture for user UB Photos