৫,৮০০ কোটি ব্যয়ৰে নিৰ্মাণ হ’ব গুৱাহাটীৰ ৰিং ৰোড প্ৰকল্প....ক'ত ক'ত নিৰ্মাণ কৰা হ'ব এই ৰিং ৰোড?......

Ghy

গুৱাহাটীৰ ৰিং ৰোড প্ৰকল্পত অনুমোদন কেন্দ্ৰৰ
৫,৮০০ কোটি ব্যয়ৰে নিৰ্মাণ হ’ব গুৱাহাটীৰ ৰিং ৰোড প্ৰকল্প
বাইহাটাৰ পৰা জালুকবাৰীলৈ হ’ব ৬ লেনযুক্ত পথ
কুৰুৱাত নিৰ্মাণ হ’ব ৬ লেনযুক্ত দলং
১২১ কি. মি হ’ব গুৱাহাটীৰ ৰিং ৰোড
জালুকবাৰী-বাইহাটা-মান্দাকাটা হৈ সোণাপুৰ পাব ৰিং ৰোড
মাটি অধিগ্ৰহণৰ কাম ইতিমধ্যে আৰম্ভ হৈছে
৩ বছৰত সম্পূৰ্ণ হ’ব ৰিং ৰোডৰ কাম
৫০ শতাংশ ব্যয় বহন কৰিব কেন্দ্ৰীয় চৰকাৰে
প্ৰায় ৬ হাজাৰ কোটি টকা ব্যয় হ’ব এই প্ৰকল্পত

Category