এইবাৰ ৰাজনীতিত নামিব IPS আনন্দ মিশ্ৰ! কিন্তু, IPS বিষয়াগৰাকীয়ে কোনটো দলৰ পৰা নিৰ্বাচন খেলিব সেইটো হে হৈছে ডাঙৰ প্ৰশ্ন?............

ips

ইতিমধ্যে ৰাজনীতিত প্ৰৱেশ কৰিবলৈ যো-জা চলাইছে IPS আনন্দ মিশ্ৰই। এক বিশেষ সূত্ৰৰ খবৰ অনুসৰি, আগন্তুক ২০২৪ৰ লোকসভা নিৰ্বাচনত IPS আনন্দ মিশ্ৰই প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা আছে। বিহাৰৰ ভগলপুৰ সমষ্টিৰ পৰা BJPৰ প্ৰাৰ্থী হিচাপে টিকট বিচাৰিব বুলি চৰ্চা চলিছে।

ips

ইতিমধ্যেই, IPS আনন্দ মিশ্ৰৰ ভগলপুৰ সমষ্টিৰ পৰা টিকট বিচৰাক লৈ বিহাৰ বিজেপিয়ে ৰাষ্ট্ৰীয় নেতৃত্বৰে যোগাযোগ কৰিছে বুলি জানিব পৰা গৈছে যদিও; এই বিষয়ত কোনো স্পষ্ট দায়া নাই আনন্দ মিশ্ৰই। 
 

Category
Profile picture for user UB Photos