শীঘ্ৰে ১ লাখ নিযুক্তি সম্পূৰ্ণ কৰিব ৰাজ্য চৰকাৰে, ৩য়, ৪ৰ্থ বৰ্গৰ চাকৰিৰ বাবে প্ৰকাশ পাব বিজ্ঞাপন.....

himu

শীঘ্ৰে ১ লাখ নিযুক্তি সম্পূৰ্ণ কৰিব ৰাজ্য চৰকাৰে

’২১ৰ মেৰ পৰা বৰ্তমালৈকে নিযুক্তি ৮৭,৭৮২

শীঘ্ৰে নতুনকৈ নিযুক্তি দিব ২৫ হাজাৰ প্ৰাৰ্থীক

শীঘ্ৰে ৩য়, ৪ৰ্থ বৰ্গৰ চাকৰিৰ বাবে প্ৰকাশ পাব বিজ্ঞাপন

পুনৰ ৮ হাজাৰ পদ পূৰণৰ লক্ষ্য ৰাজ্য চৰকাৰৰ

শিক্ষা বিভাগত ১০ হাজাৰ নতুন পদ

শীঘ্ৰে প্ৰকাশ পাব বিজ্ঞাপন

Category
Profile picture for user UB Photos