
দুদিনীয়া ভ্ৰমণ সূচীৰে উঃ পূবলৈ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং
বিশেষ বিমানেৰে তেজপুৰত উপস্থিত হ’বহি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকী
তেজপুৰৰ পৰা পোনে পোনে অৰুণাচলৈ যাব ৰাজনাথ সিং
টাৱাঙৰ সীমান্তত সেনাৰ ছাউনী পৰিদৰ্শন কৰিব মন্ত্ৰীগৰাকীয়ে
সেনাৰ সৈতে বিশেষ বাৰ্তালাপত মিলিত হ’ব মন্ত্ৰী সিং
অৰুণাচলৰ টাৱাঙত উদযাপন কৰিব বিজয়া দশমী
Category
- Log in to post comments