কি আছিল প্ৰণৱ মিলিৰ Suicide Note ত? কিয় Suicide কৰিলে প্ৰণৱ মিলিয়ে?

শান্তি পাবনে প্ৰণৱ মিলিৰ আত্মাই ! কি আছিল প্ৰণৱ মিলিৰ শেষ ইচ্ছা?

শান্তি পাবনে প্ৰণৱ মিলিৰ আত্মাই ! এফালে পৰিয়াল, আনফালে বেংকৰ ঋণ। ‘ল’ৰা-ছোৱালী মাকৰ লগত থাকিবলগীয়া হয়। সৰু ল’ৰা এটাও আছে। SBIত লোণ আছে। চলিব নোৱাৰি আজি এই সিদ্ধান্ত ল’লোঁ’। ‘গুৱাহাটীত চলিব নোৱাৰি। ছোৱালী কে বি স্কুলৰ বাবে মাকৰ লগত থাকিবলগীয়া হয়। সৰু ল’ৰা এটাও আছে’। কি আছিল প্ৰণৱ মিলিৰ শেষ ইচ্ছা? ‘যিহেতু ১৫টা বছৰ চাকৰিকাল আছে। মোৰ পৰিবাৰৰ নামত অনতিপলমে অফিচৰ কাম-কাজখিনি কৰি দিবৰ বাবে প্ৰাৰ্থনা জনালো। শান্তি পাব মোৰ আত্মাই’।     

Category