Tunnel

উত্তৰাখণ্ডৰ সুৰংগ দুৰ্ঘটনা
গৈ গৈ ৰৈ যায় উদ্ধাৰ অভিযান
শুকুৰবাৰে উদ্ধাৰ অভিযানত আকৌ বাধা
অ’গাৰ ড্ৰিলিং মেচিনৰ খুন্দা ধাতুৰ পদাৰ্থত
বন্ধ কৰিবলগীয়া হ’ল খননকাৰ্য
দুদিনৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে বন্ধ খননকাৰ্য
বৃহস্পতিবাৰে ড্ৰিলিং মেচিনতে ঘটিছিল বিসংগতি
মেৰামতিৰ পিছত শুকুৰবাৰে পুনৰ আৰম্ভ হয় কাম
কিন্তু কিছু সময়ৰ পিছতে কঠিন ধাতুৰ পদাৰ্থত খুন্দা