শিশু বলাৎকাৰীক মৃত্যুদণ্ড বিহিলে এৰনাকুলামৰ POCSO আদালতে। ধৃত বলাৎকাৰী জনৰ বিৰুদ্ধে ৫ বছৰীয়া শিশুক ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ। ৪ মাহৰ ভিতৰত বিচাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ। ধৃত বলাৎকাৰী মহম্মদ আছফাক আলমক মৃত্যুদণ্ড দোষী সাব্যস্ত। এই মৃত্যুদণ্ড ৰায় প্ৰদান কৰিলে এৰনাকুলামৰ POCSO আদালতে।
উল্লেখ্য যে, ৪ নৱেম্বৰত আদালতত দোষী সাব্যস্ত হৈছিল আলম। মুঠ ১৬টা অভিযোগৰ আটাইকেইটাতে দোষী সাব্যস্ত হৈছে আলম। ১৬টাৰ ৪টাৰে সৰ্বোচ্চ শাস্তি মৃত্যুদণ্ড।