ৰাম জন্মভূমি অযোধ্যাত দীপোৎসৱৰ মহাআয়োজন! ২৪ লাখ চাকিৰে উজ্বলিল সুৰুয নদীৰ পাৰ..... UB Photos November 12 / 2023 ৰাম জন্মভূমি অযোধ্যাত দীপোৎসৱৰ মহাআয়োজন ২৪ লাখ চাকিৰে উজ্বলিল সুৰুয নদীৰ পাৰ অভিলেখ গঢ়িলে যোগী আদিত্যনাথ চৰকাৰে গীনিজ কৰ্তৃপক্ষৰ পৰা চৰকাৰলৈ ৰেকৰ্ডছৰ প্ৰমাণপত্ৰ ৫১টা ঘাটত জ্বলিল প্ৰায় ২৪ লাখ চাকি নানাৰঙী আলোকেৰে উজ্বলিল অযোধ্যাৰ ভূমি Tags UB Photos UB News Assamese News Diwali ram janmabhumi Read more about ৰাম জন্মভূমি অযোধ্যাত দীপোৎসৱৰ মহাআয়োজন! ২৪ লাখ চাকিৰে উজ্বলিল সুৰুয নদীৰ পাৰ..... Log in to post comments