ৰাম জন্মভূমি অযোধ্যাত দীপোৎসৱৰ মহাআয়োজন! ২৪ লাখ চাকিৰে উজ্বলিল সুৰুয নদীৰ পাৰ.....

Diwali

ৰাম জন্মভূমি অযোধ্যাত দীপোৎসৱৰ মহাআয়োজন
২৪ লাখ চাকিৰে উজ্বলিল সুৰুয নদীৰ পাৰ
অভিলেখ গঢ়িলে যোগী আদিত্যনাথ চৰকাৰে
গীনিজ কৰ্তৃপক্ষৰ পৰা চৰকাৰলৈ ৰেকৰ্ডছৰ প্ৰমাণপত্ৰ
৫১টা ঘাটত জ্বলিল প্ৰায় ২৪ লাখ চাকি 
নানাৰঙী আলোকেৰে উজ্বলিল অযোধ্যাৰ ভূমি

Category
Profile picture for user UB Photos