Sudan

চুডানত ভয়ংকৰ বিমান দুৰ্ঘটনা

ভয়ংকৰ বিমান দুৰ্ঘটনাত নিহত ৯গৰাকী যাত্ৰী

নিহতসকলৰ ভিতৰত ৪গৰাকী চুডানৰ সেনা জোৱান

যান্ত্ৰিক বিজুতিৰ বাবে এই দুৰ্ঘটনাৰ আশংকা

দেওবাৰে চুডানত দুৰ্ঘটনাত পতিত বিমানখন

দুৰ্ঘটনাত চূৰ্ণ-বিচুৰ্ণ হৈ পৰে বিমানখন

দুৰ্ঘটনাত কথমপি প্ৰাণৰক্ষা এটি শিশুৰ