Maharashtra Flood

উত্তৰ ভাৰতত প্ৰাকৃতিক বিপৰ্যয়ৰ তাণ্ডৱ

প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যত বানৰ সংহাৰ লীলা

ডাৱৰ বিস্ফোৰণৰ জলপ্ৰলয় জুনাগড় চহৰত

পাহাৰৰ পৰা বৈ অহা পানীয়ে উটুৱাই নিলে যান-বাহন

৫-৬ ফুট পৰ্যন্ত পানীৰ তলত চহৰখনৰ প্ৰায় অঞ্চল

বন্যাৰ্তক উদ্ধাৰৰ বাবে NDRFৰ অভিযান

নিৰাপদ স্থানলৈ স্থানান্তৰ বন্যাৰ্তক

শনিবাৰে গুজৰাটত ৮ ঘণ্টাত ২১৯ মিঃমিৰ অধিক বৰষুণ

ধাৰাষাৰ বৰষুণে ৰাজ্যখনলৈ আনিছে প্ৰৱল ভাবুকি

মহাৰাষ্ট্ৰত বান-ভূমিস্খলনত ২২জনৰ মৃত্যু

পানীৰ ঢলে উটুৱাই নিছে বহু পশুধন

সমগ্ৰ উত্তৰ ভাৰততেই জলপ্ৰলয়ে লৈছে ভয়ংকৰ ৰূপ