Fake Dc Assam

প্ৰসংগঃ ভুৱা উপায়ুক্ত অংকুৰ-বিশাল বাহিনী। ৰঙাঘৰৰ আলহী হ'ল ১০জনীয়া গেংষ্টাৰ। বুধবাৰে হাজিৰ কৰা হ'ল তেজপুৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত। প্ৰৱঞ্চকৰ দলটোৱে নিবনুৱাক চাকৰি দিয়াৰ নামত প্ৰলোভনেৰে লুটিছিল ধন। ভুৱা উপায়ুক্তৰ পৰিচয় দি জাল কৰিছিল মুখ্যমন্ত্ৰীৰ চহী। দীৰ্ঘদিন ধৰি প্ৰৱঞ্চনা কৰি আহিছিল ৰাইজক।