গুৱাহাটীত উপস্থিত বলীউডৰ মোহময়ী অভিনেত্ৰী কংগনা ৰানাৱত। গুৱাহাটীত উপস্থিত হৈ মা কামাখ্যাৰ আশীষ ল'লে বলীউডৰ 'কুইন' কংগনা ৰাণাৱতে।

মঙলবাৰে নিশাই কামাখ্যাত উপস্থিত হয় অভিনেত্ৰীগৰাকী। উল্লেখ্যে যে ইয়াৰ পূৰ্বে আহিবলগীয়া ছবি 'Emergency' ৰ শ্বুটিঙৰ বাবে অসম আহিছিল কংগনা ৰানাৱত।