Sonapur LandSlide

মেঘালয়ৰ সোণাপুৰত পুনৰ ভয়াৱহ ভূমিস্খলন । সোণাপুৰ টানেলৰ সন্মুখতে সংঘটিত এই ভূমিস্খলন । ভূমিস্খলনৰ ফলত বন্ধ হৈ পৰিছে শিলচৰ-গুৱাহাটী সংযোগী পথ । পাহাৰৰ পৰা খহি পৰিল প্ৰকাণ্ড প্ৰকাণ্ড শিল আৰু মাটি । ৰাজপথৰ দুয়োপাৰে আবদ্ধ হৈ পৰিছে শ শ বাহন । যুদ্ধকালীন তৎপৰতাৰে পথ মুকলিৰ চেষ্টা মেঘালয় প্ৰশাসনৰ