Jai Maa Kamakhya

সুকলমে পাৰ হ'ল মহা অম্বুবাচী মেলা । নিজ নিজ স্থানত প্ৰস্থান ভিন্ন প্ৰান্তৰ সাধু-সন্যাসীৰ। অম্বুবাচী মেলাত সহায় কৰা সকলোকে ধন্যবাদ দেৱালয় কৰ্তৃপক্ষৰ । সংবাদ মেলৰ যোগেদি সকলোকে ধন্যাবাদ জনালে দেৱালয় কৰ্তৃপক্ষৰ সম্পাদক ভাস্কৰ শৰ্মাই। লগতো ক'লে- আগৰ বছৰৰ তুলনাত এই বছৰত বৃদ্ধি হৈছে ভক্তৰ ভিৰ।