Kamakhya News

উখল-মাখল কামাখ্যা ধাম। মহা অম্বুবাচী মেলালৈ মাজত মাত্ৰ  এদিন। ২২ জুনৰ পৰা মহা অম্বুবাচী মেলা। অম্বুবাচী মেলাৰ বাবে মহানগৰ প্ৰশাসনৰ নিৰ্দেশনা। কি এই নিৰ্দেশনা, জানো আহক- ভক্তৰ বাবে কামাখ্যা মন্দিৰ ওপৰলৈ যাব বাবে গাড়ী নাথাকিব। কেৱল অসুস্থ মানুহৰ বাবে সীমিত সংখ্যক গাড়ী থাকিব। ভক্তই জোতা চেন্দেল ৰাখিব বাবে ব্যৱস্থা কৰা হৈছে। কোনো লোকে মাদক দ্ৰব্য খাব নোৱাৰিব।।যি লোকে খাই সই সকলৰ বিৰুদ্ধে বিহীত ব্যৱস্থা লোৱা হব। পোৱা ৫ বজাৰ পৰা নিশা ৯ বজাৰলৈ গেট খোলা থাকিব।। কিন্তু ওপৰত থকা লোকৰ এই নিয়ম নাথাকিব। নিশা ৯ বজাৰ পিছত মূল গেট বন্ধ কৰি দিয়া হব। ভক্তৰ বাবে মেডিকেল, খাদ্য, থকাৰ ব্যৱস্থা কৰা হৈছে। গাড়ী চল