UNO

ৰাষ্ট্ৰসংঘৰ আইনি শাখা World Federation of UN Associations(WFUNA)ৰ উপাধক্ষ্য হিচাপে নিৰ্বাচিত ভাৰতীয় অধিবক্তা। সুৰেশ শ্ৰীবাস্তৱক উপাধক্ষ্য নিৰ্বাচিত। আমেৰিকা-চীন-ৰাচিয়াৰ সমৰ্থন শ্ৰীবাস্তৱৰ পক্ষত। উল্লখযোগ্য যে শ্ৰীবাস্তৱ পূৰ্বতে ৰাষ্ট্ৰসংঘৰ ভাৰতীয় ফেদাৰেচনৰ সচিব প্ৰধান আছিল। সুৰেষ শ্ৰীবাস্তৱ দেশৰ আগশাৰীৰ অধিবক্তা হিচাপে পৰিচিত।