Bandanda Kalita

ৰাজ্য কঁপাইছিল মহানগৰীৰ ডাবল মাৰ্ডাৰে। ডাবল মাৰ্ডাৰত অভিযুক্ত তিনি অভিযুক্তক আজি হাজিৰ কৰা হৈছিল আদালতত। নাকচ কৰা হ'ল বন্দনা কলিতা সহ ধনটি ডেকা আৰু অৰূপ ডেকাৰ জামিন আবেদন।জিলা সত্ৰ ন্যায়াধীশৰ আদালতে নাকচ কৰে জামিন আবেদন।