IITৰ ছাত্ৰ ফাইজান আহমেদৰ মৃত্যুৰ ৰহস্যৰ নতুন মোৰ। কলকাতা উচ্চ ন্যায়ালয়ত ফাইজানৰ ঘটনাৰ শুনানি। আদালতে দিলে ৩ জনীয়া কমিটী গঠনৰ নিৰ্দেশ। তদন্তকাৰী বিষয়াক তদন্তৰ পৰা আঁতৰাই দিলে আদালতে। সকলো অভিযুক্তৰে নাৰ্ক' টেষ্ট নিৰ্দেশ আদালতৰ। কলকাতা উচ্চ ন্যায়ালয়ত চলি আছে ফাইজানৰ মৃত্যুৰ গোচৰ। খৰগপুৰ IITত ৰহস্যজনকভাৱে মৃত্যু হৈছিল ফাইজান আহমেদৰ। পৰিয়ালৰ অভিযোগ পৰিকল্পিতভাৱে হত্যা কৰা হৈছিল ফাইজানক।
- Today is: