Mob lyncing Asam

অভি-নীল হত্যাকাণ্ডৰ ৫ টা বছৰ। কিন্তু আজিও ন্যায়ৰ অপেক্ষাত সেমেকি আছে অভি-নীলৰ পিতৃ-মাতৃৰ চকুজুৰি। ২০১৮ চনৰ ৮ জুনৰ কথা! অসমৰ ইতিহাসত এক ক'লা অধ্যায়। এই দিনটোতেই গণপ্ৰহাৰত প্ৰাণ গৈছিল দুই প্ৰতিভাৰ। মৃত্যু হৈছিল অভিজিত নাথ আৰু নীলোৎপল দাসৰ।