Commerce

ঘোষণা কৰা হ'ল অসম উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল। পুৱা ৯ বজাৰ লগে লগে শিক্ষা সংসদে ঘোষণা কৰিলে পৰীক্ষাৰ ফলাফল। ১১টাকৈ ৱেবছাইটত উপলব্ধ হৈছে পৰীক্ষাৰ ফলাফল। কলা শাখাত উত্তীৰ্ণৰ হাৰ ৭০.১২ শতাংশ। বাণিজ্য শাখাত উত্তীৰ্ণৰ হাৰ ৭৯.৫৭ শতাংশ। আনহাতে, বিজ্ঞান শাখাত উত্তীৰ্ণৰ হাৰ ৮৪.৯৬ শতাংশ। বাণিজ্য শাখাৰ শীৰ্ষ দহত আছে ১৪ গৰাকী শিক্ষাৰ্থী। নাম সমূহ তলত উল্লেখ কৰা হ'ল-

প্ৰথম স্থানত-
বৰ্ষা বথ্ৰা(472), কে.চি দাস কৰ্মাচ কলেজ, কামৰূপ (ম)
সুকন্যা কুমাৰ (472), মালয়বাৰী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, কামৰূপ(ম)