বাণিজ্য শাখাৰ শীৰ্ষত জিলিকিল দুগৰাকীকৈ শিক্ষাৰ্থী। শীৰ্ষ দহত আৰু কোন কোন?

Commerce

ঘোষণা কৰা হ'ল অসম উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল। পুৱা ৯ বজাৰ লগে লগে শিক্ষা সংসদে ঘোষণা কৰিলে পৰীক্ষাৰ ফলাফল। ১১টাকৈ ৱেবছাইটত উপলব্ধ হৈছে পৰীক্ষাৰ ফলাফল। কলা শাখাত উত্তীৰ্ণৰ হাৰ ৭০.১২ শতাংশ। বাণিজ্য শাখাত উত্তীৰ্ণৰ হাৰ ৭৯.৫৭ শতাংশ। আনহাতে, বিজ্ঞান শাখাত উত্তীৰ্ণৰ হাৰ ৮৪.৯৬ শতাংশ। বাণিজ্য শাখাৰ শীৰ্ষ দহত আছে ১৪ গৰাকী শিক্ষাৰ্থী। নাম সমূহ তলত উল্লেখ কৰা হ'ল-

প্ৰথম স্থানত-
বৰ্ষা বথ্ৰা(472), কে.চি দাস কৰ্মাচ কলেজ, কামৰূপ (ম)
সুকন্যা কুমাৰ (472), মালয়বাৰী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, কামৰূপ(ম)

দ্বিতীয় স্থানত- 
ঝিলিক ছিল(471), শংকৰদেৱ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নগাঁও

তৃতীয় স্থানত-
জাহাংগীৰ আলম চৌধুৰী( 468), পাৰামাউণ্ট ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, হাইলাকান্দি

চতুৰ্থ স্থানত-
সূৰ্য জৈন(467), ছল্টব্ৰুক একাডেমী, ডিব্ৰুগড়

পঞ্চম স্থানত-
কেছিকা জৈন(466), দ্ৰোণাচাৰ্য একাডেমী, বৰপেটা

ষষ্ঠ স্থানত- 
নন্দিতা দাস(465), চি.কে.বি কৰ্মাচ কলেজ, যোৰহাট

সপ্তম স্থানত-
স্মৃতি ঠাকুৰ(464), ৱমেন কলেজ, তিনিচুকীয়া

অষ্টম স্থানত-
ঋষিতা শৰ্মা(462), ছল্টব্ৰুক একাডেমী, ডিব্ৰুগড়
য়ুনুচ আনচাৰী(462), মৰাণ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, ডিব্ৰুগড়
ৰিফা অন্তৰা আহমেদ(462), ইনষ্টিউচনেল প্ৰাইভেট
কুনালজ্যোতি বৈশ্য(462), নলবাৰী কৰ্মাচ কলেজ, নলবাৰী

নৱম স্থানত-
য়ুনিতা গোস্বামী(461), শ্ৰীমন্ত শংকৰদেৱ একাডেমী, কামৰূপ(ম)

দশম স্থানত-
দীপিকা আগৰৱাল(460), ইনষ্টিউচনেল প্ৰাইভেট


 

Category