Sarita Tasniwal murder

ৰাজ্য কঁপোৱা ডাঃ ছৰিতা তছনিৱালৰ হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান। ডিব্ৰুগড় সত্ৰ ন্যায়িক দণ্ডাধীশৰ আদালতৰ এই ৰায়। অভিযুক্ত ডাঃ দীপমণি শইকীয়াক দোষমুক্ত ঘোষণা। ৱাৰ্ড বয় কিৰো মেছক দোষী সাব্যস্ত আদালতৰ। ৰাজ্য জোকাৰি যোৱা হত্যাকাণ্ডৰ ৮ বছৰৰ পিছত এই ৰায়দান। ২০১৪ চনৰ ৯ মে’ত AMCHত ঘটিছিল নৃশংস হত্যাকাণ্ড। ডিঙি কাটি নৃশংসভাৱে কৰা হৈছিল হত্যা চিকিৎসক ডাঃ ছৰিতা তছনিৱালক।