Pranjal Moran

অৱশেষত উদ্ধাৰ হ’ল প্ৰাঞ্জল মৰাণৰ মৃতদেহ। পত্নী উৰ্বশী মৰাণক জনালে IGP জিৎমল দলেই। লিডুৰ কয়লাখনিত নিৰুদ্দিষ্ট হৈ আছিল প্ৰাঞ্জল মৰাণ। উদ্ধাৰস্থলীত পৰিয়ালৰ লোক যাব পাৰিব বুলি জনালে IGPএ। সন্ধিয়াৰ ভিতৰত মৃতদেহ গতাই দিয়া হ’ব পৰিয়ালক। ফোনযোগে নিশ্চিত প্ৰদান কৰিলে IGP জিৎমল দলেই। DGPক সাক্ষাতৰ পিছতে ক্ষিপ্ৰ গতিত চলিছিল অভিযান। প্ৰাঞ্জলৰ নিখোজৰ ঘটনাত আৰু ৩জনক গ্ৰেপ্তাৰ। গ্ৰেপ্তাৰ হোৱা ৩ অভিযুক্তৰ বিস্ফোৰক স্বীকাৰোক্তি। নিমখ দি পুতি থোৱা হৈছিল প্ৰাঞ্জলৰ মৃতদেহ। ঘটনা সন্দৰ্ভত এইপৰ্যন্ত গ্ৰেপ্তাৰ মুঠ ১৩ অভিযুক্তক