Culture Of Assam

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনুপম সৃষ্টি ভাওনাক বিকৃত কৰাৰ অভিযোগ ৷ এটা নাট্য দলে  বিকৃত কৰিলে ভাওনাক ৷  সামাজিক মাধ্যমত প্ৰচাৰ হৈ  থকা  ভাওনাৰ এটা ভিডিঅ'ক লৈ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে মাজুলীত। ভাওনাৰ এটি দৃশ্যত দেখা পোৱা গ'ল নামঘৰৰ ভিতৰতে মদৰ বটলৰ পৰা মদ বাকী  সেৱন কৰা।  এই মদ সেৱন কৰা ভিডিঅ' টোক লৈ  সৃষ্টি হৈছে  তীব্ৰ প্ৰতিক্ৰিয়া।  বহু সময়ত বিভিন্ন কাৰ্যৰ জৰিয়তে একাংশ  পাবত-গজা এচাম লোকৰ নিকৃষ্ট কাণ্ডই ভাওনাৰ গৰিমা আৰু মৰ্যাদা হানি কাৰ্যই প্ৰতিজন মৰ্যাদাপূৰ্ণ অসমীয়াৰ স্বাভিমানত আঘাত কৰি আহিছে৷  ভাওনাক লৈ বহুৱালী কৰা, ভাওনাৰ মৰ্যাদা হানি কৰা এই ভাওনাৰ ভিডিঅ’ টোৱে সামাজিক মাধ্যমত বহুল প্ৰসাৰ ল