IndianCricketer

তিনিবছৰ পাছত বিবাহপাশত আৱদ্ধ হ’বলৈ আগবাঢ়িছে হার্ডিক পাণ্ডিয়া। প্ৰেমৰ দিনটোতেই প্রেমিকা নাতাছা ষ্টেনকোভিচৰ সৈতেই বিবাহপাশত আৱদ্ধ হ’ব ভাৰতীয় ক্রিকেট তারকাগৰাকী। ভাইৰেল খবৰ অনুসৰি ১৪ ফেব্ৰুৱাৰীতেই বিবাহত আৱদ্ধ হ’ব দুয়ো। ইতিমধ্যে আৰম্ভ হৈছে দুয়োৰে বিবাহৰ প্ৰস্তুতি৷ ৰাজস্থানৰ উদয়পুৰত আয়োজন কৰা হৈছে দুয়োৰে বিবাহৰ অনুষ্ঠান।