Women Commit Suicide

মানকাচৰত সংঘটিত মৰ্মান্তিক ঘটনা। ৰাজ্যত বাল্য বিবাহৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাৰ মাজতেই ঘটিল অঘটন।পিতৃ-মাতৃ জেললৈ যোৱাৰ আশংকাতে আত্মহত্যাৰ নিচিনা চৰম সিদ্ধান্ত বাচি ললে খুচবু বেগম নামৰ ২৩ বছৰীয়া মহিলাই।দুই সন্তানৰ মাতৃ আছিল খুচবু। উল্লেখ্য যে ১২ বছৰ বয়সত মনোজ মি