GIFF

২৩-২৯ ডিচেম্বৰলৈ গুৱাহাটী অনুষ্ঠিত হ'ব পঞ্চদশ আন্তঃৰাষ্ট্ৰীয় গুৱাহাটী চলচ্চিত্ৰ মহোৎসৱ ।

 

অসম ৰাজ্যিক সংগ্ৰহালয়ৰ কনকলতা প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব এই অনুষ্ঠান।

 

গুৱাহাটী চিনে ক্লাবে অনুষ্ঠিত কৰিব এই মহোৎসৱ ।

 

দেশ-বিদেশৰ মুঠ ২১ খন চলচিত্ৰ প্ৰদৰ্শন হ'ব এই মহোৎসৱত ।

 

৯ খন অান্ত: ৰাষ্ট্ৰীয় চলচ্চিত্ৰ, ৮ খন ভাৰতৰ বিভিন্ন ঠাইৰ আঞ্চলিক ভাষাৰ, দুখন অসমীয়া, মণিপুৰি এখন আৰু কোংকানি এখন চলচ্চিত্ৰ প্ৰদৰ্শন হ'ব মহোৎসৱত ।