Child

এক দুৰ্ভাগ্যজনক ঘটনা। পিতৃ-মাতৃয়ে বিক্ৰী কৰিলে নিজৰ সন্তানক।ভৰণ-পোষণ দিব নোৱাৰি বিক্ৰী কৰিলে নিজ সন্তানক। ধমধমাৰ নিকটবৰ্তী বাক্সা জিলাৰ গড়ভিতৰ গাঁৱত সংঘটিত হৈছে এই দুৰ্ভাগ্যজনক ঘটনা। গাঁওখন বাসিন্দা বিনন্দ দাস আৰু নিলীমা দাস নামৰ দম্