মনলৈ উভতি আহে ল'ৰালি! তোৰে মোৰে এটি এটি ধেমালি...এই ছবি কেইখন দেখি হয়তো আপোনাৰো মন উভতি গৈছে ল'ৰালিলৈ। শৈশৱেই এক সময় যি সময়ত কোনো চিন্তা ভাৱনা নাছিল, কেৱল হাঁহি আৰু ধেমালি।

আজিও শৈশৱে আমাক হাত বাউলি মাতে।ঠেলাত উঠিবলৈ পাই কি যে আনন্দ এই কণমানি কেইটাৰ। সঁচাকৈয়ে শৈশৱ সদায় সোণসেৰীয়া।
Photo Courtesy-Chaygaon, Kamrup(UB Photos)
Category
- Log in to post comments