দুৰ্ভাগ্য! ভৰণ-পোষণ দিব নোৱাৰিয়েই পিতৃ-মাতৃয়ে বিক্ৰী কৰিলে নিজ সন্তানক! UB Photos January 03 / 2023 এক দুৰ্ভাগ্যজনক ঘটনা। পিতৃ-মাতৃয়ে বিক্ৰী কৰিলে নিজৰ সন্তানক।ভৰণ-পোষণ দিব নোৱাৰি বিক্ৰী কৰিলে নিজ সন্তানক। ধমধমাৰ নিকটবৰ্তী বাক্সা জিলাৰ গড়ভিতৰ গাঁৱত সংঘটিত হৈছে এই দুৰ্ভাগ্যজনক ঘটনা। গাঁওখন বাসিন্দা বিনন্দ দাস আৰু নিলীমা দাস নামৰ দম্ Tags UB Photos UB News Assam Child Sold Read more about দুৰ্ভাগ্য! ভৰণ-পোষণ দিব নোৱাৰিয়েই পিতৃ-মাতৃয়ে বিক্ৰী কৰিলে নিজ সন্তানক!Log in to post comments