তেজস্বিতা মৃত্যুৰ এমাহ নহওতেই পুনৰ মাজুলীৰ গড়মূৰ পিতাম্বৰদেৱ গোস্বামী জিলা চিকিৎসালয়ত মৃত্যু এজন যুৱকৰ। মঙলবাৰে পুৱতি নিশা চিকিৎসাৰ অভাৱত মৃত্যু ঘটে মাজুলীৰ কাৰ্কিচূকৰ আদিত্য পায়েঙ নামৰ যুৱকজনৰ। ICU টেকনেচিয়ান জন
- Read more about মাজুলীত চিকিৎসাৰ অভাৱত পুনৰ এজন যুৱকৰ মৃত্যু !
- Log in to post comments