Udit Narayan

কণ্ঠশিল্পী উদিত নাৰায়ণ হাৰ্ট এটেক হৈ সংকটজনক অৱস্থা, তেওঁক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। অথবা তেওঁৰ মৃত্যু হৈছে…”, যদি আপুনিও এনে ধৰণৰ বাৰ্তা দেখিছে, তেন্তে বিশ্বাস নকৰিব। কণ্ঠশিল্পী উদিত নাৰায়ণৰ হাৰ্ট এটেকৰ খবৰটো ছচিয়েল মিডিয়াত কিছুদিন ধৰি ভাইৰেল হৈ পৰিছে। এই খবৰটো শুনি বহুতেই বিশ্বাস কৰি ছ’চিয়েল মিডিয়াতো উদ্বেগ প্ৰকাশ কৰিছে৷ এই খবৰৰ সত্যতাক লৈও বহুতেই প্ৰশ্ন উত্থাপন কৰিছে।