Vado Mah

ভাদ মাহ হৈছে ভগৱান শ্রী কৃষ্ণৰ প্ৰিয় মাহ। এই মাহতে তেওঁৰ জন্ম হৈছিল।

যদিহে ধৰ্মীয় দৃষ্টিত চোৱা হয়, তেন্তে এই ভাদ মাহত, ভক্তি, স্নান, দান, ধৰ্মীয় গুণানুকীৰ্তন, ব্ৰট, উপবাস কৰাৰ বাবে উত্তম। এই বিশেষ মাহত, দান, ব্ৰট আদি কৰিলে, জন্ম জন্মান্তৰৰ পাপ নাশ হয়। কিন্তু বেদ আৰু পুৰাণৰ মতে, এই পৱিত্ৰ ভাদ মাহত এনে কিছুমান কাম আছে যি আপুনি কৰিব নালাগে। অৰ্থাৎ কিছুমান কামৰ পৰা দূৰত থকা উচিত। আৰু সেয়া হৈছে -