Poster

বৰাকত অসমীয়া ভাষাক চূড়ান্ত অপমান।

শিলচৰত সংঘটিত হৈছে এই ঘটনা। ৰে’ল ষ্টেচনৰ পৰা আঁতৰাই দিয়া হ’ল অসমীয়া ভাষাৰ পোষ্টাৰ।

অসমীয়া ভাষা বিজ্ঞাপনত সানিলে ক’লা ৰং। পোষ্টাৰখনত ক’লা ৰং সনাৰ পাছতেই সাব্যস্ত হয় প্ৰতিবাদ।

বৰাক ডেম’ক্ৰেটিক ফ্ৰণ্ট আৰু বাঙালী যুৱ ছাত্ৰ পৰিষদে এই কাণ্ড সংঘটিত কৰিছে বুলি জানিব পৰা গৈছে।