War Alert

জাপানৰ আকাশত চীনৰ যুঁজাৰু বিমান! নেনচি পেলচি ভ্ৰমণকেন্দ্ৰিক উত্তেজনা, চীনৰ যুদ্ধ জাহাজৰ পৰা নিক্ষেপিত ন-ক্ষেপণাস্ত্ৰ৷ন। ক্ষেপণাস্ত্ৰই আঘাত কৰিলে জাপানত৷ টাইৱান প্ৰণালীত চীনৰ বৃহৎ সামৰিক কুচকাৱাজ৷ যুদ্ধ বিমান, যুদ্ধ জাহাজেৰে চীনে ঘেৰিছে টাইৱানক, সৰ্ববৃহৎ সামৰিক অনুশীলন বেইজিং প্ৰশাসনৰ টাইৱানক চাৰিওদিশে ঘেৰি চলাইছে সামৰিক অনুশীলন ৷

চীনৰ বাৰম্বাৰ কঠোৰ সতৰ্কতা আৰু ভাবুকিক অগ্ৰাহ্য কৰি মাৰ্কিন মুলুকৰ এই পদক্ষেপ, যাৰ ফলত বিশ্বৰ দুই অন্যতম শক্তিশালী দেশৰ মাজত বৃদ্ধি পাইছে উত্তেজনা।