Monkeypox in India

দেশত বৃদ্ধি পাইছে মাঙ্কিপক্সৰ ঘটনা, দিল্লীত তৃতীয় মাঙ্কিপক্স কেছ আৰু কেৰালাত পঞ্চমটো ঘটনা ধৰা পৰিছে।

মাঙ্কিপক্সৰ ঘটনাৰ বাবে ভাৰতৰ মুঠ আঠটা ঘটনাত উপনীত হৈছে। শেহতীয়াকৈ UAEৰ পৰা অহা ৩০ বছৰীয়া এজন ব্যক্তি ভাইৰাছৰ দ্বাৰা সংক্ৰমিত অৱস্থাত পোৱা গৈছিল আৰু মালাপ্পুৰমৰ চিকিৎসা মহাবিদ্যালয়ত নিৰীক্ষণ কৰা হৈছে।

দিল্লীৰ এজন নাইজেৰিয়ান নাগৰিক আজি পৰীক্ষা কৰাত পজিটিভ হৈছে আৰু ৰাজধানী দিল্লীত তৃতীয়টো মাঙ্কিপক্সৰ ঘটনা জাৰী হৈছে।

তলত কিছুমান মাঙ্কিপক্সৰ লক্ষণ উল্লেখ কৰা হৈছে যাৰ প্ৰতি সকলোৱে লক্ষ্য ৰাখিব লাগে...