Basudev Than Naruwa Xatra

নিষ্ঠুৰ নিয়তিৰ ওচৰত হাৰ মানি মৃত্যুক সাৱটিলে ঢকুৱাখনাৰ ডেকা সত্ৰাধিকাৰে।

শেষ নিশ্বাস ত্যাগ কৰিলে ডেকা সত্ৰাধিকাৰ দুৰ্লভ দেৱগোস্বামীয়ে। উত্তৰ-পূবৰ এখন অন্যতম বিখ্যাত বৈষ্ণৱপীঠ শ্ৰীশ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰৰ বিশিষ্ট সত্ৰীয়া শিল্পী আৰু বাসুদেৱ মন্দিৰৰ পূজাৰী তথা সত্ৰ উন্নয়ন সমিতিৰ প্ৰাক্তন সম্পাদক দুৰ্ল্লভ দেৱগোস্বামী দীৰ্ঘদিন ধৰি জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল গুৱাহাটীৰ ব্যক্তিগত চিকিৎসালয় নেমকেয়াৰ হাস্পতালত ৷