Bronze Medal

অসমৰ প্ৰথম মহিলা অলিম্পিক বিজেতা লাভলীনালৈ প্ৰদান কৰা হ’ল দেশৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান ‘খেলৰত্ন’।

বিশ্ব খেলৰ মহাৰণত প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰিয়েই নিজৰ শ্ৰেষ্ঠত্ব প্ৰদৰ্শণ কৰি দেশৰ বাবে ব্ৰঞ্জৰ পদক জয় কৰিবলৈ সক্ষম হোৱা অসম কন্যা  লাভলীনা বৰগোঁহাইক প্ৰদান কৰা হ’ব দেশৰ সৰ্বোচ্ছ ক্ৰীড়া সন্মান মেজৰ ধ্যানন্দ খেলৰত্ন বঁটা। ইয়াৰ লগে লগে অসমৰ প্ৰথম অলিম্পিক বিজেতা হোৱাৰ লগতে খেলৰত্ন লাভ কৰা প্ৰথমগৰাকী অসমীয়া হ’ব লাভলীনা বৰগোহাঁই।

ইয়াৰ পূৰ্বে লাভলীনাই লাভ কৰিছিল অৰ্জুন সন্মান।