One Horn Rhino

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষেৰে যোৱা ৩৭ নং ঘাইপথেৰে চাৰিচকীয়া বাহনেৰে অহা-যোৱা কৰোতে আপুনি সাৱধান হওঁক৷ কিয়নো নিয়ম উলংঘা কৰিলেই আপুনি ভৰিব লগীয়া হ’ব পাৰে পাঁচ হাজাৰ টকাৰ জৰিমনা৷ কিয়নো কাজিৰঙাত জাৰি কৰা হৈছে ১৪৪ ধাৰা।