অভি-নীল হত্যাকাণ্ডৰ ৪টা বছৰ! আজিও ন্যায়ৰ অপেক্ষাত পিতৃ-মাতৃ… UB Photos June 08 / 2022 অভি-নীল হত্যাকাণ্ডৰ ৪টা বছৰ। কিন্তু আজিও ন্যায়ৰ অপেক্ষাত সেমেকি আছে অভি-নীলৰ পিতৃ-মাতৃৰ চকুজুৰি। সেয়া ২০১৮ চনৰ ৮ জুনৰ কথা! অসমৰ ইতিহাসৰ এক ক’লা অধ্যায়। এই দিনটোতেই গণপ্ৰহাৰত প্ৰাণ গৈছিল দুই প্ৰতিভাৰ। মৃত্যু হৈছিল অভি আৰু নীলৰ। Tags UB Photos UB News Assam Neel Abhi Waterfall Abhi Neel Murder Abhi Neel Case Kaipholangso Waterfall Read more about অভি-নীল হত্যাকাণ্ডৰ ৪টা বছৰ! আজিও ন্যায়ৰ অপেক্ষাত পিতৃ-মাতৃ…Log in to post comments